ধুবুৰীত এতিয়াও বিপদসীমাৰ ওপৰৰে লুইত, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক

Home অন্যান্য খবৰধুবুৰীত এতিয়াও বিপদসীমাৰ ওপৰৰে লুইত, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক

ধুবুৰীত এতিয়াও বিপদসীমাৰ ওপৰৰে লুইত, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক

by News Desk
90 views
A+A-
Reset

গোলকগঞ্জঃ ধুবুৰী জিলাৰ বান পৰিস্থিতিৰ আজি কিছু উন্নত হৈছে যদিও এতিয়াও জিলাখনৰ ২৯৪ খন গাঁও প্লাৱিত হৈয়ে আছে। দেওবাৰে জিলা উপায়ূক্ত ধীৰাজ চৌধুৰীয়ে এখন সংবাদ মেলৰ এই কথা প্ৰকাশ কৰে যে চলিত মাহত হোৱা বানত জিলাখনত মূঠ ৪১৭ খন গাঁও আৰু ২ লাখ ৫৭ হাজাৰ জন বানৰ কবলত পৰিছে। 

বান পৰিস্থিতি কিছু উন্নত হোৱাত আশ্ৰয় শিবিৰৰ সংখ্যা ১১ টা পৰা ৯ টা হ্ৰাস কৰা হৈছে। ক্ষতিগ্ৰস্থ লোকসকলৰ সহায়ৰ বাবে এতিয়ালৈকে ৩১০৪ কুইন্টল চাউল, ৫৭১ কুইন্টল দাইল, ৩০৮ কুইন্টল নিমখ, ১২,০৩১ কুইন্টল আটা, ১১,৭০০ লিটাৰ মিঠাতেল, ৩৯ পেকেট শিশু খাদ্য আৰু ১১৫৭ খন টাৰ্পোলিন বিতৰণ কৰা হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0