127
বেইজিংঃ ভাৰতৰ ক্ষেপণাস্ত্ৰ ‘ব্ৰাহ্মোজ’ক ৰোধিবৰ বাবে ৰঙা চীনে সাজু কৰিছে এক অত্যাধুনিক ক্ৰুইজ ক্ষেপনাস্ত্ৰ।
‘এইচ ডি ৱান’ নামৰ এই ক্ষেপনাস্ত্ৰবিধৰ কাৰিকৰী কৌশলৰ কথা যোৱা শুকুৰবাৰে সদৰি কৰি চীনে কয় যে ই ভাৰতৰ ব্ৰাহ্মোজক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব।