ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে শুকুৰবাৰে প্ৰতিবাদ কৰিবলৈ ওলাই অহা জৱাহৰলাল নেহেৰু বিশ্বিবদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ছত্ৰভংগ দিয়াৰ উদ্দেশ্যে লাঠিচালনা কৰাৰ লগতে পানী নিক্ষেপ কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছাত্ৰৰ লগতে ছাত্ৰীৰ দেহত পানী নিক্ষেপ আৰু লাঠি চালনা কৰাত চৰকাৰৰ বৰ্বৰতা ওলাই পৰিছে পৰিছে সমালোচনাৰ সন্মুখিন হৈছে চৰকাৰ৷
Journalists had heated argument with police outside Delhi Police HQ where they gathered in protest against alleged molestation of a woman journalist by Delhi Cantt SHO & manhandling of another journalist by police y'day. Protesters kept their cameras on ground as mark of protest. pic.twitter.com/DS43OuWXe7