Home গুৱাহাটীমাস্ক শেষ, ফাঁচীবজাৰত টেনশ্যন! গুৱাহাটীত ক’ত কেনেকৈ বিয়পিছে কৰ’নাতংক?

মাস্ক শেষ, ফাঁচীবজাৰত টেনশ্যন! গুৱাহাটীত ক’ত কেনেকৈ বিয়পিছে কৰ’নাতংক?

by webmaster
A+A-
Reset
corona-guwahati

গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে ভাৰতৰ প্ৰায়বোৰ ঠাইতে এতিয়া কৰ’নাতংক৷ কোনোৱে যদি ঘৰৰ ভিতৰৰ পৰা ওলোৱা নাই, কোনোৱে মুখত মাস্ক লগাই ভয়ে ভয়ে নিজৰ কামৰ বাবে বাহিৰলৈ ওলাইছে৷ একাংশই আকৌ মাস্ক, ছেনিটাইজাৰ বিচাৰি দোকানে দোকানে হাবাথুৰি খাইছে৷ ফেচবুক চাইছে, হোৱাটছএপ চাইছে, আত্মীয়-স্বজনলৈ ফোন কৰিছে। মুঠৰ ওপৰত সকলোৰে মুখমণ্ডলত উদ্বিগ্নতাৰ চাপ। কি হ’ব? কি কৰিব? উপায় নাইকিয়া হৈছে৷

এই পৰ্যন্ত ভাৰতত ১৪৭জনৰো অধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ৩ জনৰ মৃত্যু হৈছে৷ অঘোষিত হ’লেও দেশত এতিয়া জৰুৰী অৱস্থা সদৃশ পৰিস্থিতি৷ অসমত বৰ্তমান সময়লৈকে এজনো লোক আক্ৰান্ত হোৱা নাই যদিও স্ৱাস্থ্য বিভাগ তথা অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0