Home ৰাজ্যবালিপৰাত দান উৎসৱৰ সৈতে সংগতি ৰাখি বাটৰ নাট প্ৰদৰ্শন

বালিপৰাত দান উৎসৱৰ সৈতে সংগতি ৰাখি বাটৰ নাট প্ৰদৰ্শন

by News Desk
81 views
A+A-
Reset

newsnextone.com। তেজপুৰঃ শোণিতপুৰ জিলাৰ বালিপৰাত মঙ্গলবাৰে দান উৎসৱৰ সৈতে সংগতি ৰাখি এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ‘স্পেড লাভ এণ্ড পীচৰ’ নামৰ স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত  বালিপৰা চেন্টাৰত বালিপৰা এলিট একাডেমিৰ ছাত্র-ছাত্রীসকলৰ দ্বাৰা মুক্ত ভাৰতৰ কামনা কৰি  ভাৰতৰ স্বাধীনতা সংগ্ৰামত অৰিহণা যোগোৱা স্বাধীনতা সংগ্ৰামী সকলৰ অৰিহণাক ৰাইজৰ মাজত প্ৰকাশ কৰাৰ উদ্দেশ্যেৰে বাটৰ নাটখনি প্ৰদৰ্শন কৰে।

ছাত্র-ছাত্রীসকলে মহাত্মা গান্ধী, সৰোজনী নাইডু,কনকলতা, বীৰ লাচিতকে আদি কৰি মহান সংগ্ৰামীসকলৰ ভাৱত অভিনয় কৰি বাটৰ নাট, পথ ৰেলী অনুষ্ঠিত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে।  সংগঠনটোৰ কৰ্মকৰ্তা জেফৰিন আখতাৰে জানিবলৈ দিয়া অনুসৰি, অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত দান উৎসৱৰ জৰিয়তে মহান স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰি ৰাইজক অৱগতকৰণৰ বাবে সংগঠনটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0