newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত সোমাই পৰিছে এটি ৰিয়েলিটি-শ্ব’৷ ৰিয়েলিটি-শ্ব’ৰ এগৰাকী প্ৰতিযোগিৰ কমানৰ বলি হয় এগৰাকী কিশোৰী৷ ইতিমধ্যে ২০ বছৰীয়া প্ৰতিযোগীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ হয়৷
আদিত্য গুপ্তা নামৰ ৰিয়েলিটি-শ্বৰ প্ৰতিযোগিগৰাকীয়ে বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাত ক্ৰাইম ব্ৰাঞ্চে তেওঁক গ্ৰেপ্তাৰ কৰে৷ আদিত্য গুপ্তা নামৰ ৰিয়েলিটি-শ্ব’ৰ প্ৰতিযোগীগৰাকীয়ে ছচিয়েল মিডিয়াত চিনাকী হৈছিল মুম্বাইৰ আন্ধেৰীৰ ১৭ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে৷ দেওবাৰে ছচিয়েল মিডিয়াৰ যোগে দুয়োৰে সাক্ষাৎ হয়৷ আদিত্য গুপ্তা এগৰাকী নৃত্য শিল্পী৷