Home দেশৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰী আৱাসৰ বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ

ৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰী আৱাসৰ বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ

by News Desk
78 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতিভৱনৰ কৰ্মচাৰী আৱাসৰ পৰা শুকুৰবাৰে এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ মৃতদেহটো ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

জানিব পৰা মতে, মৃত ব্যক্তিগৰাকীয়ে ৰাষ্ট্ৰপতিভৱনৰ সচিবালয়ত কাম কৰিছিল৷ ব্যক্তিগৰাকী কিছু দিন ধৰি অসুস্থ হৈ থকা বুলি জানিবলৈ দিয়ে তেওঁৰ সহকৰ্মী সকলে৷ আনহাতে বৃহস্পতিবাৰে ব্যক্তিগৰাকীৰ ঘৰৰ পৰা দুৰ্গোন্ধ বিয়ৰি পৰাত প্ৰতিৱেশীয়ে আৰক্ষীক খবৰ দিয়ে৷ পিছত আৰক্ষী উপস্থিত হৈ ভিতৰৰ পৰা তলাবন্ধ ঘৰটোৰ পৰা ব্যক্তিগৰাকীৰ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0