ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষী মুখ্য কাৰ্যালয় সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত ফটো সাংবাদিকে৷ শুকুৰবাৰে মহিলা আৰক্ষীয়ে এগৰাকী মহিলা সংবাদিকক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ মহিলা সাংবাদিকগৰাকীয়ে এই কাণ্ডৰ বিৰুদ্ধে অভিযোগ গোচৰ ৰুজু কৰে আৰক্ষীৰ বিৰুদ্ধে৷
Journalists had heated argument with police outside Delhi Police HQ where they gathered in protest against alleged molestation of a woman journalist by Delhi Cantt SHO & manhandling of another journalist by police y'day. Protesters kept their cameras on ground as mark of protest. pic.twitter.com/DS43OuWXe7