81
ডিজিটেল ডেস্কঃ মাতৃৰ বাবে সন্তান সৰ্বোচ্চ৷ সন্তানৰ বাবে সৰ্বোচ্চ হৈছে মাতৃ৷ দুখতে হওক বা সুখতে, সন্তানে যাক প্ৰথমেই সোঁৱৰে, সেয়াই হৈছে মাতৃ৷ সেইবাবেই কোৱা হয়- আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন৷
কিন্তু অৰ্থৰ লোভত মাতৃয়ে নিজ সন্তানক বিপথে পৰিচালিত কৰাৰ নজিৰো অনেক আছে৷ শেহতীয়াকৈ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মন্তব্যৰ পিছতেই পুনৰ খোল খালে আন এগৰাকী অৰ্থলোভী মাতৃৰ মুখা৷