55
newsnextone.com | গুৱাহাটীঃ নিৰ্বাচনৰ পূৰ্বে জাতি, মাটি, ভেটিৰ কথা কৈছিল যদিও গাদীত বহি বিজেপি দলে পাভলুটি মাৰে৷ বিদেশী খেদাৰ কথা কৈ শৰাইঘাটৰ ৰণৰ কথা কোৱা বিজেপি দলে নিৰ্বাচনৰ পিছত বিদেশীৰ সপক্ষে মত দিয়ে৷ তাৰ মাজতো দলটোৰ মাজত যে বিদেশীৰ সমস্যাক লৈ মতভেদ আৰম্ভ হৈছে সেয়া স্পষ্ট হৈ পৰে৷
