Home অন্যান্য খবৰসততাৰ মূল্য… ভাল মানুহৰ সন্ধান কৰো আহক

সততাৰ মূল্য… ভাল মানুহৰ সন্ধান কৰো আহক

by News Desk
349 views
A+A-
Reset

আপুনি নীচমনা লোকক শ্ৰদ্ধা আৰু প্ৰশংসা কৰেনে? যদি কৰে তেন্তে আপোনাৰ মনটোও নীচ। আপুনি ধনী লোকক সমীহ কৰেনে? যদি কৰে তেন্তে আপুনিও ঘৃণনীয় তোষামোদকাৰী লোক, চাতুকাৰী ব্যক্তি। আপুনি সৎ, সাহসী আৰু পুৰুষোচিত প্ৰকৃতিৰ লোকক সমাদৰ কৰেনে? যদি কৰে তেন্তে আপুনিও সৎ, সাহসী আৰু পুৰোষোচিত প্ৰকৃতিৰ। বিখ্যাত চিন্তাবিদ, দাৰ্শনিক চেন্ট বুঁভেৰ এই কথাষাৰ শুনাৰ পিছত সমাজৰ সৎ লোকসকলৰ প্ৰতি নিশ্চয় কোনোৱে শ্ৰদ্ধাভাজন নোহোৱাকৈ নাথাকে!

সৎ শব্দৰ অৰ্থ সাধু, সন্ত, ধাৰ্মিক। সততা হ’ল সৎ গুণ আৰু সাধুতা। সৎ লোকেই হ’ল সুখী লোক। যি সৎ, তেওঁ বেয়া পথেৰে এপইচাও আৰ্জিব নোৱাৰে, আনলৈ বঢ়া ভাত কাঢ়ি খাব নাজানে। তেওঁ সদায় নিৰ্ভয়। অসৎ বাটেৰে অৰ্জা ধনৰ টোপোলা কোনোৱে আহি বাজেয়াপ্ত কৰাৰ ভয় তেওঁৰ নাই। আনৰ ওচৰত নিন্দিত, ঘৃণীত হোৱাৰ প্ৰশ্নই নুঠে। তেওঁ সদায় শান্তি আৰু সুখত বিচনালৈ যায় আৰু বিচনা এৰে। গতিকে ভয়- শংকা তেওঁৰ নাই। অসৎ বাটেৰে ধন চপাই নোদোকাটো হোৱা মানুহৰ সংজ্ঞা ইয়াৰ বিপৰীত। বাহিৰত বৰমতাটো দেখুৱালেও ভিতৰি ভিতৰি এওঁলোক থৰহৰি কম্পমান।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0