Home দেশপুনৰ বিতৰ্কত জেএনইউ কেম্পাচ

পুনৰ বিতৰ্কত জেএনইউ কেম্পাচ

by News Desk
88 views
A+A-
Reset

দিল্লীঃ বিগত বৰ্ষত দেশবিৰোধী শ্লোগানৰ বিতৰ্কৰ অন্ত নৌপৰোতেই এইবাৰ ‘কাশ্মীৰৰ বাবে আজাদী’ শীৰ্ষক প’ষ্টাৰ লাগিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহদত। বিশ্ববিদ্যালয় চৌহদৰ স্কুল অব চচিয়েল চায়েন্স ব্লকৰ বেৰত দেখা গ’ল একমাত্ৰ প’ষ্টাৰখন। প’ষ্টাৰখনত বাওপন্থী আদৰ্শৰ ছাত্ৰ সংগঠন ডেম’ক্ৰেটিক ষ্টুডেণ্টচ ইউনিয়ন নাম উল্লেখ আছে।

উল্লেখ্য যে ওমৰ খালিদ এই সংগঠনটোৰে প্ৰাক্তন সদস্য যিয়ে সংগঠনটোৰ বেনাৰত সংসদ ভৱনৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আফজল গুৰুৰ ফাঁচিৰ প্ৰতিবাদ কৰিছিল। ”কাশ্মীৰৰ বাবে স্বাধীনতা ! মুক্ত পেলেষ্টাইন ! স্বনিৰ্ধাৰণৰ অধিকাৰ দীৰ্ঘজীৱি হওক’’ বুলি প’ষ্টাৰখনত উল্লেখ আছে। হাতে অঁকা প’ষ্টাৰখনত আফজল গুৰুৰ ছবিও দেখা গৈছে।   

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0