Home ৰাজ্যজোনাইৰ কঠালগুৰিত সূলভ মূল্যৰ দোকানত অনিয়ম

জোনাইৰ কঠালগুৰিত সূলভ মূল্যৰ দোকানত অনিয়ম

by News Desk
102 views
A+A-
Reset

চিলাপথাৰঃ জোনাই মহকুমাৰ ছিগাগাঁও পঞ্চায়তৰ কঠালগুৰী সূলভ মূল্যৰ দোকানত চলিছে ব্যাপক অনিয়ম। প্ৰাপ্ত তথ্য মতে এজেণ্টজনে ২০১৫ চনৰ ২৪ ডিচেম্বৰৰ পৰা অসমত বলবৎ হৈ থকা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন,২০১৩ৰ অধীনৰ আঁচনিৰ চাউল ১নং আৰু ২নং কঠালগুৰী গাঁৱৰ গ্ৰাহকসকলৰ পৰা এক কিলোকৈ চাউল কৰ্তন কৰি আহিছে।

অন্তোদয়া অন্ন যোঁজনা আঁচনিৰ চাউল হিতাধিকাৰীৰ পৰা ১০কিলোকৈ কৰ্তন কৰি আহিছে বুলি গ্ৰাহকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰোপৰি এজেণ্ট ভদ্ৰেশ্বৰ কুটুমে কেৰাচিন বিতৰণৰ ক্ষেত্রতো ব্যাপক অনিয়ম সংঘটিত কৰা বুলি গাঁওদুখনৰ গ্ৰাহকসকলে জনায়। দীৰ্ঘদিন ধৰি চলাই অহা এনে অনিয়মৰ বিৰুদ্ধে এজেণ্টগৰাকীৰ প্রতি ৫৫টা পৰিয়ালৰ গ্ৰাহকে অভিযোগ তুলি জোনাই মহকুমাৰ খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্রমা কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0