Home অন্যান্য খবৰপৱিত্ৰ ৰমজান,ফল-মূলৰ জুই-ছাঁই দাম

পৱিত্ৰ ৰমজান,ফল-মূলৰ জুই-ছাঁই দাম

by News Desk
71 views
A+A-
Reset

নগাওঁঃ পৱিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰে পৰা সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো ইছলামধৰ্মী লোকসকলৰ মাজত ৰমজান কেন্দ্ৰীক উৎসাহ-উদ্দীপনা বিয়পি পৰা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত নিতৌ পুৱা সূৰ্যোদয়ৰ পূৰ্বে ধৰ্মীয় নিয়ম-নীতিৰে চেহেৰীৰ আহাৰ গ্ৰহন কৰাৰ পিছৰে পৰা গোটেই দিনটো উপবাসে থাকি সূৰ্য মাৰ যোৱাৰ পিছতেই আনুষংগিক ধৰ্মীয় আচাৰ-ৰীতিৰ মাজেৰে ইফতাৰৰ খাদ্য-পানী গ্ৰহন কৰি ৰমজানৰ ৰোজা পালন কৰা হয়৷

প্ৰকাশ যে, ৰোজাত মুছলমান লোকসকলে দিনৰ দিনটো সম্পূৰ্ণ লঘোণে থাকিলেও চেহেৰী আৰু ইফতাৰৰ নামত কিন্তু যথেষ্ট ধন ব্যয় কৰে। কাৰণ, এই দুসাঁজ আহাৰ তেওঁলোকে সু-স্বাদুভাৱে গ্ৰহন কৰে ৰোজাৰ দিনকেইটাত ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0