66
পাঞ্জাবাৰী:মধ্যবিত্ত পৰিয়াল এটাৰ বিদ্যুতৰ বিলে স্তম্ভিত কৰিলে সকলোকে। গুৱাহাটী মহানগৰীৰ লখৰাৰ সাউকুছিৰ এটা মধ্য বিত্ত পৰিয়ালটোৰ এমাহৰ বিদ্যুতৰ মাচুল ৮২ লাখ ৮৪ হাজাৰ টকা অহাত সকলোৰে চকু কপালত উঠে।
কাহিলীপাৰা বিদ্যুৎ সংমণ্ডলৰ পৰা অহা বিদ্যুতৰ বিল খনক লৈ বৃহৎ অঞ্চলটোত তীব্ৰ চৰ্চা লাভ কৰিছে। সঞ্চয় চৌধুৰী নামৰ পৰিয়ালটোলৈ অহা এপ্ৰিল মাহৰ বিলখন হাতত পাই পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্য ভিতিগ্ৰস্ত হয়।