68
মুকালমুৱাঃ গুৰিয়াল নোহোৱাকৈ চলিছে বৰক্ষেত্ৰীৰ এটা ভাৰতীয় ষ্টেট বেংকৰ শাখা। মুকালমুৱা স্থিত ভাৰতীয় ষ্টেট বেংকটোত বিগত ছমাহ ধৰি শাখা পৰিচালক অবিহনে চলিছে। যাৰ ফলত শাখাটো লেহেমীয়া গতিত চলাৰ অভিযোগ উত্থাপিত হৈছে।
স্কুলীয়া ছাত্ৰ ছাত্রীকে ধৰি বিভিন্ন গ্ৰাহক সমূহক বিভিন্ন অজুহাত দেখুৱাই উপযুক্ত সেৱা নিদি ওভতাই পঠিওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কৰ্মচাৰী সকলৰ বিৰুদ্ধে।