60
মঙলদৈঃ দৰং জিলাৰ বিদ্যালয় এখন পৰ্যবসিত হৈছে ক্ৰমে শৌচাগাৰলৈ। পৰিচালনা কমিটি নথকাৰ বাবেই নিয়ম-শৃংখলা নোহোৱা হৈছে এই বিদ্যালয়খনত।
দৰং জিলাৰ ভকত পাৰা অঞ্চলৰ অভয় পুখুৰীৰ ৬৯৩ নং চালনি কুছি প্ৰাথমিক বিদ্যালয়খনত ২১৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে চাৰি গৰাকী শিক্ষক আৰু এজন প্ৰধান শিক্ষক।