168
গুৱাহাটীঃ ত্ৰিপুৰাত পুনৰ সাংবাদিক হত্যৰ ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চন্দন পত্ৰিকাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকক ত্ৰিপুৰাৰ ৰাজধানী বুধ ঝুম নগৰত আৰক্ষীয়ে লোকে গুলীয়াই হত্যা কৰে৷
আগৰতলাৰ সমীপৰ বুধ ঝুম নগৰত সংবাদ সংগ্ৰহ তথা আগৰতলাৰ ইন্দ্ৰা নগৰস্থিত টিএছআৰৰ কেম্পত যোৱাৰ সময়তে তেওক গুলীয়াই হত্যা কৰে৷ সাংবাদিক হত্যাৰ ঘটনাই উত্তেজনাৰ সৃষ্টি হৈছে৷