Home দেশকৰ্ণাটকৰ পথত চলিছে নাও, ধাৰাসাৰ বৃষ্টিত ৩ জনৰ মৃত্যু

কৰ্ণাটকৰ পথত চলিছে নাও, ধাৰাসাৰ বৃষ্টিত ৩ জনৰ মৃত্যু

by News Desk
84 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটতক মুষলধাৰ বৰষুণে ব্যহত কৰিছে স্বাভাৱিক জীৱন-যাত্ৰা৷ কৰ্ণাটকৰ মংগলোৰত মঙলবাৰে ৯ ঘন্টা ধৰি দিয়া ধাৰাসাৰ বৰষুণত জিলাখনৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়৷

ইফালে জানিব পৰা মতে, ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনত ৩ গৰাকী লোকৰ মৃত্যু ঘটে৷ জিলাখনৰ পৰিস্থিতি লক্ষ্য কৰি বুধবাৰে বিদ্যালয়সমূহ বন্ধ ৰাখবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে৷ আনহাতে মঙলবাৰে বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত বুৰ যোৱা অঞ্চলসমূহৰ ক্ষতিগ্ৰস্থ লোকসকলক উদ্ধাৰৰ বাবে নাও আদি ব্যৱহাৰ কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0