Home সংস্কৃতিকহঁৰা বসন্ত উৎসৱত প্ৰাণ খুলি বিহু নাচিলে দেশ-বিদেশৰ পৰ্যটকে

কহঁৰা বসন্ত উৎসৱত প্ৰাণ খুলি বিহু নাচিলে দেশ-বিদেশৰ পৰ্যটকে

by News Desk
A+A-
Reset
to

পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকে দেওবাৰৰেপৰা আৰম্ভ হোৱা কহঁৰা বসন্ত উৎসৱত অংশগ্ৰহণ কৰি নাচনীৰ সৈতে প্ৰাণ খুলি কঁকাল ঘূৰাই ঘূৰাই নাচি আনন্দত মতলীয়া হৈ পৰা দেখা গ’ল।

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কাজিৰঙাৰ কহঁৰাবাসী ৰাইজে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ অনুষ্ঠিত কৰা এই বসন্ত উৎসৱে দেশ-বিদেশৰ পৰ্যটককো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ বিভিন্ন জাতি-জনজাতিৰ বাৰে-ৰহনীয়া কলা-সংস্কৃতি এই পৰ্যটকসকলৰ সন্মুখত প্ৰদৰ্শন কৰি বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজিৰেপৰা কহঁৰা ৰুপজ্যোতি সংঘৰ প্ৰেক্ষাগৃহত ২৯ সংখ্যক কহঁৰা বসন্ত উৎসৱ আৰম্ভ কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0