ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা খোজ কাঢ়িব লাগিব লালু প্ৰসাদ যাদৱে। বিহাৰৰ মুখ্যমন্ত্ৰীজনৰ লগতে পত্নী ৰাবৰী দেৱীকো খোজ কাঢ়িবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। কঠোৰ নিৰ্দেশনাৰ পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে অসামৰিক বিমান পৰিবহণ সুৰক্ষা ব্যুৰলৈ।
প্ৰণিধানযোগ্য যে ২০০৯ চনৰ পৰা মাটিত খোজ পেলোৱা নাই লালুৱে। সেই সময়ত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশমৰ্মে লালু আৰু পত্নীৰ গাড়ীয়ে পাটনা বিমানবন্দৰৰ অভ্যন্তৰত প্ৰৱেশ কৰিব পাৰে। অনুমতিৰ আধাৰত দুয়ো টাৰ্মিনেলৰ কাষলৈ বাহনতে উঠি যাব পাৰে।