129
নতুন দিল্লীঃ ন-হাজাৰ কোটি টকা কেলেংকাৰীৰে দেশবাসীক প্ৰৱঞ্চনা কৰি বিদেশলৈ পলায়ন কৰা উদ্যোগপতি বিজয় মালিয়াক শীঘ্ৰে ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হ’ব।
সোমবাৰে লণ্ডনৰ এখন আদালতে ভাৰতৰপৰা পলাই গৈ ব্ৰিটেইনত আশ্ৰয় লৈ থকা মালিয়াৰ বিৰুদ্ধে এই নিৰ্দেশ জাৰি কৰে।