81
NewsNextOne@নলবাৰীঃ
নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ নলবাৰী উন্নয়ণ খণ্ডৰ অধীনৰ জাপাৰকুছি আৰু পূৱ বতাহগিলা অঞ্চলত সোমবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দুটাকৈ গৃহ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।