65
ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুক্তৰাষ্ট্ৰৰ প্ৰথমটো দিনত উদ্যোগপতি তাৰকাসকলৰ সৈতে আলোচনাত বহাৰ লগতে ভাৰ্জিনিয়াত থকা ভাৰতীয় লোকসকলকো সাক্ষাত কৰে।
মুধাফুটা কোম্পানীবোৰৰ ২১ জন মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে হোৱা মেজমেলত ভাৰতৰ ব্যৱসায়িক অনুকূলতাৰ কথা দোহাৰি মোদীয়ে কয় যে ভাৰত চৰকাৰ এক দাগহীন স্বচ্ছ চৰকাৰ।