110
ডিজিটেল ডেস্কঃ ভাৰতৰ সৰ্বাধিক ফেচবুক অনুৰাগী থকা দ্বিতীয়জন চেলেব্ৰেটি হিচাপে দেওবাৰে অভিলেখ গঢ়িছে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে।
ফেন ফলোৱাৰেৰে ছ’চিয়েল মিডিয়া ফেচবুকত চলমান খানক পিছ পেলাই দ্বিতীয় স্থানলৈ আহিছে কোহলী। ফেচবুকত ৩ কোটি ৫৪ লাখ ৩৪ হাজাৰ ৯৫৬ জন ফলোৱাৰ সম্প্ৰতি জনপ্ৰিয় ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়কজনৰ।