Home সংস্কৃতিশেতালী-কুজিদাঁহত সত্ৰীয়া-লোকনৃত্য কর্মশালাৰ আয়োজন

শেতালী-কুজিদাঁহত সত্ৰীয়া-লোকনৃত্য কর্মশালাৰ আয়োজন

by webmaster
0 comments
A+A-
Reset
ff1d8135-4148-4eee-ac7a-21a0a6e40993

জয়ন্ত মুদৈ, নগাঁওঃ তিনি বছৰৰ পূৰ্বে ২০১৬ চনত জন্ম লাভ কৰ‍া নগাঁও জিলাৰ এক অগ্রণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘হেঁপাহ’ৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্রৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো লোকনৃত্যক বিষয় হিচাপে লৈ অহা ৬ ৰপৰা ১৫ জুলাইলৈ এখন গ্রীষ্মকালীন কর্মশালাৰ আয়োজন কৰা হৈছে। 

কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত হ’ব অনুষ্ঠিত হ’বলগীয়া দহদিনীয়া এই কর্মশালাৰ বাবে ইতিমধ্যে প্র-পত্র নির্ধাৰিত স্থানসমূহত বিতৰণ কৰি থকা হৈছে। ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলে কুজিদাঁহৰ দিলীপ ষ্টোৰ, জাজৰিৰ সাৰথি বুক ষ্টল আৰু জামুগুৰি চাৰিআলিৰ পাটকাই বুকছৰপৰা প্র-পত্রসমূহ সংগ্রহ কৰিব পাৰিব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0