Home অন্যান্য খবৰদৰঙত আটক এনডিএফবি (এছ) সদস্য

দৰঙত আটক এনডিএফবি (এছ) সদস্য

by News Desk
58 views
A+A-
Reset

মঙলদৈঃ দৰং আৰু কামৰূপৰ সীমান্তৱৰ্তী বামুনঝাৰৰ পৰা আটক হয় দুধৰ্ষ এনডিএফবি এছৰ কেদাৰ ৰতন বড়ো। কলাইগাওঁ বৰঙাবাৰী আৰ্মি কেম্প আৰু বুঢ়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা চলোৱা এক যুটীয়া অভিযানত কৰায়ত্ব কৰিবলৈ সক্ষম হয় কেদাৰ জনক।

ধৃত কেদাৰ জনৰ পৰা এটা 9 mm পিষ্টল আৰু তিনিজাই সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ধৃত ৰতন বড়ো আগতেও গাড়ী চুৰি চক্ৰৰ লগতো জড়িত আছিল জানিব পৰা গৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0