পাথৰিঘাটঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ছিপাঝাৰৰ দুই শিক্ষাথীয়ে স্থান লাভ কৰি অঞ্চল তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছিপাঝাৰৰ নায়কপাৰাৰ শিক্ষক তৰুণ চন্দ্ৰ শমা আৰু হেমলতা দেৱীৰ কন্যা সংগীতা শমাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অষ্টম স্থান লাভ কৰাৰ লগতে একেটা অঞ্চলৰে ভূক্তাবাৰী নিবাসী গিৰীশ বণিয়া আৰু সাৱিত্ৰী বণিয়াৰ কন্যা প্ৰিয়ংকা কলিতাই ৫০ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়। এই দুই মেধাৱী ছাত্ৰীৰ সাফল্যৰ খবৰে উৎফুল্লিত কৰি তুলিছে ছিপাঝাৰ সমষ্টিবাসীক।
106
previous post