Home অন্যান্য খবৰকাকপথাৰত খৰিৰ ৰমৰমীয়া ব্যৱসায়

কাকপথাৰত খৰিৰ ৰমৰমীয়া ব্যৱসায়

by News Desk
A+A-
Reset
WhatsApp Image 2017-07-07 at 12

তিনিচুকীয়াঃ কাকপথাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ কাছিজান সংৰক্ষিত বনাঞ্চলৰ পৰা খৰিকটীয়াই অবাধ হাৰত গছ কাটি খৰি কাকপথাৰৰ বিভিন্ন হোটেল, বেকাৰীকে ধৰি বিভিন্ন গ্ৰাহকক খৰি বিক্ৰী কৰি আহিছে বুলি অনুসন্ধানত প্ৰকাশ পাইছে। 

উল্লেখ্য যে বনবিভাগে মাজে সময়ে এই চোৰাং খৰি বিক্ৰী ৰোধ কৰিবলৈ কেতবোৰ পদক্ষেপ লৈ আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0