Home দেশমিত্ৰতকৈও মোডীৰ প্ৰিয় ‘ভাইয়ো-বেহনো’

মিত্ৰতকৈও মোডীৰ প্ৰিয় ‘ভাইয়ো-বেহনো’

by News Desk
93 views
A+A-
Reset

নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ বুলিলেই আমাৰ মনলৈ আহে “মিত্ৰ” শব্দটো৷ কিন্তু মিত্ৰতকৈও প্ৰভাৱশালী মোডীয়ে ভাষণৰ সম্বোধনত ব্যৱহাৰ কৰিছে ‘ভায়ো-বেহনো’৷ এক সমীক্ষাই প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীজনে ৪৪০ টা ভাষণত ৭৫০ বাৰ উচ্চাৰণ কৰিছে ‘ভাইয়ো-বেহনো’৷ আনহাতে ‘মিত্ৰো’ শব্দ উচ্চাৰণ কৰিছে কেৱল ৬১ বাৰ৷

মোডীয়ে ভাষণত সঘনাই ব্যৱহাৰ কৰা আন কেতবোৰ শব্দ হৈছে ‘দেশবাসীয়ো’, ‘মহানুভৱ’ আৰু ‘সাথীয়ো’৷ এই শব্দকেইটাও মোডীয়ে মিত্ৰতকৈও সঘনাই উচ্চাৰণ কৰিছে বুলি সমীক্ষাত প্ৰকাশ পাইছে৷ বিগত তিনি বছৰত সৰ্বসাধাৰণৰ মাজত বিজেপি চৰকাৰখনৰ অন্যতম এটা আলোচ্য বিষয় হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0