84
ডিজিটেল ডেস্কঃ বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদন মতে বিশ্বৰ প্ৰথম ২০ খন প্ৰদূষিত চহৰৰ তালিকাৰ ১৪ খন চহৰ ভাৰতৰ।
প্ৰদূষণৰ মাত্ৰা হিচাপত বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাখনৰ প্ৰথম ২০ স্থানত থকা চহৰকেইখন হৈছে কানপুৰ, ফৰিদাবাদ, বাৰাণসী, গয়া, পাটনা, দিল্লী, লক্ষ্নৌ, বামেনডা (কেমেৰুন), আগ্ৰা, মুজফ্ফৰপুৰ, শ্ৰীনগৰ, গুৰগাঁও, পেশাৱৰ, ৰাৱালাপিণ্ডী, জয়পুৰ, কামপালা (উগণ্ডা), পাটিয়ালা, যোধপুৰ, নাৰায়নগুঞ্জ (বাংলাদেশ), দোহা৷