141
ডিজিটেল ডেস্কঃ বেঙুনীয়া ৰঙৰ এপাহ ফুল। ‘থেংকফুল’-ফুলপাহৰ ওপৰত মাউছৰ কাৰ্ছাৰ ৰাখিলে এইবুলিয়েই প্ৰদৰ্শিত হয়। অৰ্থাৎ ধন্যবাদ জ্ঞাপন কৰা। ফেচবুকৰ এই নতুন ৰিয়েকশ্যন স্মাইলিয়ে নিশ্চয় ব্যৱহাৰকাৰীসকলৰ দৃষ্টি কাঢ়িছে।
বহুতেই এই স্মাইলি ব্যৱহাৰো কৰিছে। কিন্তু অধিকাংশই নাজানে যে, হঠাৎ কিয় ফেচবুকে ‘থেংকফুল’ স্মাইলি দিছে!