Home বাণিজ্যআগষ্টত আহিব ২০০₹ নোট, নাথাকিব ২০০০₹ নোট!

আগষ্টত আহিব ২০০₹ নোট, নাথাকিব ২০০০₹ নোট!

by News Desk
152 views
A+A-
Reset

বাণিজ্য ডেস্কঃ অৱশেষত সিদ্ধান্তত চীল-মোহৰ লগালে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। শুকুৰবাৰে বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্তোষকুমাৰ গাংগৱাৰে জনায় যে অতি শীঘ্ৰেই বজাৰত ২০০ টকাৰ নতুন নোট আহিব। অৱশ্যে ২০০০ টকাৰ নোট বন্ধ কৰা হ’ব নে নাই সেই সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত আছে মন্ত্ৰীগৰাকী।

সাংবাদিকৰ আগত তেওঁ কয়, ”২০০০ টকীয়া নোট বন্ধ কৰা সন্দৰ্ভত এতিয়ালৈ আমাৰ হাতত কোনো খবৰ নাই। কিন্তু এই নোট কমকৈ ছপোৱা হৈছে আৰু ইয়াৰ অন্তৰালত বিশেষ কাৰণ আছে। হ’লেও নোট বন্ধ কৰি দিয়াৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। কি নোট কমকৈ ছপোৱা হ’ব সেয়া ঠিক কৰে ৰিজাৰ্ভ বেংকে। ২০০০ টকাৰ নোট লৈ যি তথ্য আছে সেয়া ৰিজাৰ্ভ বেংকেহে দিব পাৰিব।’’ তেওঁ আৰু কয় যে অহা মাহৰ পৰা বজাৰত ২০০ টকীয়া নোট মুকলি কৰি দিয়া হ’ব। সেয়ে এতিয়া ইয়াৰ ছপাৰ কাম পূৰ্ণগতিত চলি আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0