110
নতুন দিল্লীঃ বিমুদ্ৰাকৰণৰ পিছতেই দেশৰ আগশাৰীৰ বেংকসমূহত নাটনি ঘটিছে টকাৰ৷ দেশৰ আগশাৰীৰ বেংক ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ১.১৫ লাখ কোটি টকা ছপা কৰাৰ প্ৰয়োজন৷
ভাৰতীয় ষ্টেট বেংকৰ আৰ্থিক উপদেষ্টা কান্তি ঘোষে প্ৰতিবেদনত কয় যে ৰিজাৰ্ভ বেংকে যদিহে অতিৰিক্ত ১.১৫ লাখ কোটি টকা ছপা কৰিব আৰম্ভ কৰে তেন্তে এপ্ৰিল মাহৰ প্ৰথম ভাগতেই এই কাম সমাপ্ত হ’ব৷