Home দেশ‘কা’ বিৰোধী আন্দোলনলৈ শিৱ সেনাৰ সমৰ্থন

‘কা’ বিৰোধী আন্দোলনলৈ শিৱ সেনাৰ সমৰ্থন

by News Desk
71 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দেশ উত্তাল কৰি ৰখা নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী জন আন্দোলনলৈ সমৰ্থন ঘোষণা কৰিলে শিৱ সেনায়ো৷  বিজেপিৰ একালৰ বিশ্বস্ত সহযোগী দলটোৱে সম্প্ৰতি মহাৰাষ্ট্ৰত  কংগ্ৰেছ আৰু এন চি পিৰে মৰ্চা গঠন কৰি চৰকাৰ গঠন কৰি ৰাখিছে৷

‘কা’ৰ সপক্ষে বিজেপিয়ে জনমত গঠনৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰখাৰ সময়তে মহাৰাষ্ট্ৰত এখন সভাত ভাষণ দি শিৱ সেনাৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাৱটে ’কা’ বিৰোধী আন্দোলনলৈ সমৰ্থন ঘোষণা কৰে৷ “আমি ঐক্যৱদ্ধ হৈ থাকিব লাগিব৷ কোনেও ভয় নকৰিব৷ এইখন আমাৰ দেশ৷” ৰাৱটে এইদৰে কয় ৷ ’কা’ দেশৰ বাবে কোনোপধ্যে মংগলজনক হ’ব নোৱাৰে বুলিও তেওঁ ইংগিত দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0