19
♦ সনন্ত তাঁতি
বিজয়ী হোৱাৰ আকাংক্ষাত বতাহৰ পৰা
প্ৰতিনিয়ত বুটলি লওঁ অনিৰ্বাপিত শব্দবোৰ।
দুৰ্বাৰ আক্ৰমণৰ অনুশীলন কৰো। আন্ধাৰতো
বিচাৰি ফুৰো শ্ৰেণীব্যাখ্যা, সংজ্ঞা ও সংস্কৃতি।