newsnextone।তেজপুৰঃ সমগ্ৰ অসমৰ লগতে তেজপুৰতো দেখা গ'ল অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট অসমত Inner Line Permit ৰ ব্যৱস্থাৰ দাবীত এই প্ৰতিবাদ ৷ ছাত্ৰ সংগঠনটোৱে দাবী তুলে যে, উত্তৰ পূৰ্বাঞ্চলৰ দৰে অসমতো আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিব লাগে অন্য ৰাজ্যৰ দৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা ৰাণা প্ৰতাপ বৰুৱাৰ নেতৃত্বৰ ৬০ গৰাকী যুৱকে অংশ গ্ৰহণ কৰি প্ৰতিবাদ কৰে ।
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।