102
newsnextone.com । তেজপুৰঃ শোনিতপুৰ জিলাৰ তেজপুৰৰ ঐতিহাসিক ঈদগাহত পৱিত্ৰ ঈদ-উজ জ্বোহাৰ নামাজ আদায় কৰা হয়।
পুৱা ৮.৩৯বজাত ঈদ-উজ-জ্বোহাৰ নামাজত দহ হেজাৰতকৈ অধিক লোক উপস্থিত থাকি আল্লাৰ ওচৰত বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰে। ঈদ-উজ-জ্বোহাৰ নামাজৰ ইমামতি কৰে মৌলানা জহিৰুল ইছলামে ৷