77
গোগামুখঃ বগীনদী ৰাজহ চক্ৰ অন্তগত বালিজান কলিতা গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাতৰি পোৱা গৈছে।
এটুকুৰা ভূমিক কেন্দ্ৰ কৰি হেমলতা শইকীয়া নামৰ মহিলাগৰাকীয়ে আৰক্ষী আৰু অৰুণাচল প্ৰদেশৰ পাচি ঘাটত কৰ্মৰত অমূল্য কলিতা নামৰ ব্যক্তিজন জনে ভূমি দখল কৰা বিৰুদ্ধে চাউলধোৱা আৰক্ষী চকী এজাহাৰ দাখিল কৰে।