84
গোৱালপাৰাঃ এইবাৰ গোৱালপাৰাত টীকাতংক ৷ চহৰখনৰ ফৰেষ্টগেটৰ নৱজ্যোতি জাতীয় বিদ্যালয়ত বেজীৰ আতংক৷ বিদ্যালয় এৰি পলায়ন শ শ ছাত্ৰ-ছাত্ৰীৰ ৷ জিলাখনৰ চৰাঞ্চলসমূহতো সৃষ্টি হ’ল এক হাঁহাকাৰ পৰিস্থিতিৰ৷
নামনি অসমৰ বৰপেটা, নলবাৰীৰ পিছত এইবাৰ গোৱালপাৰাত বেজীৰ আতংক৷ বেজী দিয়াৰ ফলত মৃত্যু হোৱা, সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱাৰ উৰাবাতৰিত আজি এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় গোৱালপাৰা চহৰৰ ফৰেস্টগেটৰ নৱজ্যোতি জাতীয় বিদ্যালয়ত৷