Home গুৱাহাটীঅসমীয়াৰ খেতি ডৰা গেঁৰ ধৰিছে

অসমীয়াৰ খেতি ডৰা গেঁৰ ধৰিছে

by News Desk
109 views
A+A-
Reset

গুৱাহাটীঃ আজি অসমীয়াই পালন কৰিব চেনেহৰ কাতি বিহু৷ আদৰৰ বিহুক আদৰিবলৈ উজনি-নামনি সকলোতে ব্যস্ত এতিয়া অসমীয়া৷ প্ৰতিঘৰ অসমীয়াৰ পৰিয়ালত এতিয়া উখল-মাখল পৰিবেশ৷ গুৱাহাটী মহানগৰীতো উখল-মাখল পৰিবেশ৷ চহৰত বাস কৰিলেও গ্ৰাম্য চহা জীৱনৰ ছবি খন পাহৰি যোৱা নাই মহানগৰীত বসবাস কৰা অসমীয়াই৷ নানান ব্যস্ততাৰ পৰা ফালৰি কাটি মহানগৰীৰ প্ৰতিঘৰ অসমীয়াই কাতি বিহুৰ প্ৰস্তুতি চলাইছে৷

সমৃদ্ধিৰ কামনা কৰি মহানগৰীত কাতি পালন কৰা পৰিলক্ষিত হয়৷ ব্যৱসায় প্ৰতিষ্ঠান, ঘৰৰ পদুলি পোহৰাই তুলিছে৷ দেশ, জাতি, সমাজ, সমৃদ্ধ হোৱাৰ কামনাৰে বুধবাৰে অসমীয়া জাতিয়ে কাতি কাতি বিহু পালন কৰিছে৷ কপালৰ ঘাম মাটিত পেলাই পথাৰত খেতি কৰি অসমীয়াই বাট চাইছে ঘৰলৈ সোনগুটি আহিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0