68
বালিপৰাঃ শোণিতপুৰৰ বালিপৰাত দেওবাৰে নামেৰী সাহিত্য মঞ্চৰ উদ্যোগত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দাৰ্জিলিঙৰ কবি মোহন দুখুন দেবৰ জীৱনৰ ওপৰত এখন গ্ৰন্থ উন্মোচন কৰা হয়।
বালিপৰাৰ কবি তথা শিক্ষক ছত্ৰমান ছুব্বাই সম্পাদনা কৰা ‘মোহন দুখুন দেব’ নামৰ এই গ্ৰন্থখন আজি এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে তেজপুৰৰ কবি ছবিলাল উপাধ্যায়ে।