65
ধুবুৰীঃ ধুবুৰী জিলাৰ বন্দিহানা-গলাকাটা নদীত সংঘটিত নাও দুৰ্ঘনাত দুটি লোকৰ প্ৰাণ ৰক্ষা পৰাৰ বিপৰীতে দুটি শিশু সন্ধানহীন হৈ পৰিছে।
শনিবাৰে সন্ধিয়া ৬ টা মান বজাত শালবাৰী বজাৰৰ পৰা মায়াৰ চৰ গাঁও অভিমুখে যাত্ৰা কৰা যন্ত্ৰচালিত নাও এখনে বাহিৰ শালমাৰা গাঁৱৰ টুলুঙা নাও এটাক খুন্দা মাৰাৰ ফলত সংঘটিত হয় এই ঘটনা।