Home দেশলৌহমানৱীলৈ বিজেপিৰ উৎকোচ

লৌহমানৱীলৈ বিজেপিৰ উৎকোচ

by News Desk
80 views
A+A-
Reset

ইম্ফলঃ ৰাজনীতিত কিনা-বেচা কোনো নতুন কথা নহয়৷ কিন্তু সমাজৰ বাবে সংগ্ৰাম কৰাৰ পণ লোৱাগৰাকীক কিনাৰ বাবে উৎকোচ দিয়াজন হ’ব দুঃসাহসী৷ এই দুঃসাহসেই দেখুওৱাৰে অভিযোগ উত্থাপন কৰিছে মণিপুৰৰ লৌহমানৱী ইৰম শৰ্মিলাই৷ তাকো এই দুঃসাহস কৰিছে গেৰুৱা দলৰ প্ৰতিনিধিয়ে৷ এই অভিযোগ শৰ্মিলাৰ৷

পিছে টকাৰ বাবে হেনো আদৰ্শ বিক্ৰী নকৰে শৰ্মিলাই৷ উগ্ৰপন্থী সমস্যাৰে জৰ্জৰ মণিপুৰত মানৱ অধিকাৰৰ বাবে বিগত দুটা দশকজুৰি যুঁজ দিয়া শৰ্মিলাই ৰাজনীতিত প্ৰৱেশৰ সিদ্ধান্ত লোৱাৰ দুদিন নৌহৌওতেই শৰ্মিলাক উৎকোচ যাঁচিছে ভাৰতীয় জনতা দলৰ প্ৰতিনিধি এজনে৷ এই কথা সোমবাৰে সংবাদমেলৰ আগত সদৰী কৰি শৰ্মিলাই কয় যে ধনৰ বাবে আদৰ্শৰে আপোচ নকৰে শৰ্মিলাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0