Home গুৱাহাটীত্ৰিপুৰাত বেটেলিয়নৰ শিবিৰলৈ মাতি সাংবাদিকক গুলীয়াই হত্যা, অসমত প্ৰতিবাদ-গৰিহণা

ত্ৰিপুৰাত বেটেলিয়নৰ শিবিৰলৈ মাতি সাংবাদিকক গুলীয়াই হত্যা, অসমত প্ৰতিবাদ-গৰিহণা

by News Desk
91 views
A+A-
Reset

গুৱাহাটীঃ ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ ২নং বেটেলিয়ানে নিজ কেম্পলৈ মাতি নি সাংবাদিক সুদীপ্ত দত্ত ভৌমিকক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই উত্তাল কৰি ৰাখিছে ত্ৰিপুৰাক৷ ছেন্দন পত্ৰিকাৰ সাংবাদিক সুদীপ্তই ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটেলিয়ানত সংঘটিত বিয়াগোম কেলেংকাৰী ফাদিল কৰি বহু কেইটা প্ৰতিবেদন প্ৰকাশ কৰিছিল। যাৰ ফলত সুদীপ্ত বেটেলিয়ানৰ বিষয়াৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল৷

মঙলবাৰে ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ কামাণ্ডেন্ট ৰতন দেৱবাৰ্মাই সাংবাদিক সুদীপ্তক ধমকি দিয়াৰ লগতে কেম্পলৈ মাতি পঠিয়াই৷ সাংবাদিকগৰাকীয়ে কেম্পত প্ৰবেশ কৰাৰ লগে লগে বেয়াকৈ প্ৰহাৰ কৰে৷ তাৰ পিছতে সাংবাদিকগৰাকীয়ে কেম্পৰ ভিতৰৰ পৰা আহিব খোজেতেই নিচেই ওচৰৰ পৰা নন্দগোপাল ৰিয়াং নামৰ ত্ৰিপুৰা ষ্টিট ৰাইফলছৰ জোৱান জনে সাংবাদিকগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰে৷ কেম্পতে মৃত্যু হয় সুদীপ্তৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0