57
গোৰেশ্বৰঃ বাগছা জিলাৰ গোৰেশ্বৰত ধৰ্ষণৰ এক ঘটনা পোহৰলৈ আহিছে। সোমবাৰে নিশা গোৰেশ্বৰৰ হাজলপাৰাত উদ্ধাৰ হৈছে ধৰ্ষিতা যুৱতী।
বাগছা-দৰং সীমান্তৱৰ্তী বামুণঝাৰৰ মাৰেগাঁৱৰ এগৰাকি প্ৰায় ১৯ বছৰীয়া যুৱতীৰ বেয়া হোৱা মোবাইল ফোনটো ভাল কৰি দিয়াৰ চলেৰে যুৱতীগৰাকীক গোৰেশ্বৰলৈ বুলি বাইকেৰে লৈ আনে অভিযু্ক্তই। যুৱতীগৰাকীক গোৰেশ্বৰলৈ অনাৰ পথত এক নিৰ্জন স্থানত অভিযুক্ত যুৱকজনে জংঘললৈ নি যুৱতীগৰাকীক ধৰ্ষণ কৰে।