Home অন্যান্য খবৰনিলাম নচলিব, তিনি সংগঠনৰ প্ৰতিবাদত উত্তাল নাজিৰা

নিলাম নচলিব, তিনি সংগঠনৰ প্ৰতিবাদত উত্তাল নাজিৰা

by News Desk
76 views
A+A-
Reset

নাজিৰাঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ ১২ খনকৈ তৈলক্ষেত্ৰ বহিঃৰাগত তৈল কোম্পানীক হস্তান্তৰকৰণৰ প্ৰতিবাদ জনাই পুনৰ আজি উত্তাল হৈ পৰিল নাজিৰাস্থিত অএনজিচিৰ অসম সম্পদৰ মূখ্য কাৰ্য্যলয়। ভাৰতীয় কমিনিউষ্ট পাৰ্টী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নাজিৰা আঞ্চলিক সমিতিৰ শতাধিক সদস্যই আজি শিৱসাগৰ জিলাৰ নাজিৰাস্থিত অসম সম্পদৰ মূখ্য কাৰ্য্যলয়ৰ সন্মুখত তৈলক্ষেত্ৰ নিলাম প্ৰত্যাহাৰৰ প্ৰতিবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধমেন্দ্ৰ প্ৰধানৰ প্ৰতিমূত্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

দেশৰ মহাৰত্ন বুলি খ্যাত ওএনজিচিয়ে তৈল খনন আৰু উৎপাদন কৰি কোটি কোটি টকা মুনাফা আদায় কৰি আহিছে যদিও ওএনজিচিয়ে লোকচান দেখুৱাই বিদেশী পুঁজিপতি গোষ্ঠীক ১২ খনকৈ তৈলক্ষেত্ৰ হস্তান্তৰকৰণৰ কৰিবলৈ লোৱা কাৰ্যক বিৰোধিতা কৰি অনাগত সময়ত অএনজিচিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকিয়াই দিয়ে সংগঠনত্ৰয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0