67
ডিজিটেল ডেস্কঃ ভাৰতত নিৰ্যাতিত শিশুৰ ৫৩.২ শতাংশৰ ভিতৰত ৫২.৯ শতাংশই হৈছে পুৰুষ। কিন্তু সেই অনুপাতে পক্সো আইনখন লিংগ-সমানুপাতিক হোৱাটো অতিকৈ জৰুৰী। সেয়ে এই আইনখন সংশোধনৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে চৰকাৰে।
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে এই কথা সদৰী কৰিছে। এই প্ৰস্তাৱৰ আধাৰতে ১২ বছৰ অনুৰ্দ্ধ শিশুৰ ধৰ্ষণৰ অপৰাধীক মৃত্যুদণ্ড দিয়াৰ বাবে দিয়া অধ্যাদেশত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে স্বাক্ষৰ কৰিছে।