Home অন্যান্য খবৰএকবিংশ শতিকাতো উৰুখা চালৰ তলত পাঠগ্ৰহণ শিক্ষাৰ্থীৰ

একবিংশ শতিকাতো উৰুখা চালৰ তলত পাঠগ্ৰহণ শিক্ষাৰ্থীৰ

by News Desk
84 views
A+A-
Reset

তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কাচিজান বনবাসী প্ৰাথমিক বিদ্যালয়ৰ টিনৰ চালিখন বিগত মাহৰ বা-মাৰলীয়ে সমূলঞ্চে ধ্বংস কৰি বিদ্যালয়খনৰ প্ৰায় ৭৮ জন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অমানিশা কঢ়িয়াই আনে৷

ৰাজ্যখনত গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে “গুণোৎসৱ” চলি থকা অৱস্থাত উক্ত অঞ্চলটোৰ শিক্ষাৰ্থীসকলে ডেৰমাহ উৰুখা চালৰ তলত পাঠ গ্ৰহণ কৰি কেনে গুণগত শিক্ষা লাভ কৰিব সচেতন মহলে অদ্যাপি ভু পোৱা নাই৷ চৌদিশে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয় ময়ময় অৱস্থা আৰু ব্যক্তিগত বিদ্যালয়ৰ প্ৰণালীবদ্ধ শীত-তাপ নিয়ন্ত্ৰিত শ্ৰেণীকোঠাৰ পৰিৱৰ্তে দুগৰাকী স্থায়ী শিক্ষক নিযুক্ত বিদ্যালয়খনত বৰষুণৰ সামান্য টোপাল পৰিলেই বিদ্যালয় ছুটী দিবলগীয়া হোৱা ঘটনাই অভিভাৱকসকল নিজ সন্তানৰ শৈক্ষিক স্থিতিক লৈ বিমোৰত পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0