Home অন্যান্য খবৰপাকিস্তানভীতি ভাৰতৰ, চৰফৰোজৰ উচটনিমূলক মন্তব্য

পাকিস্তানভীতি ভাৰতৰ, চৰফৰোজৰ উচটনিমূলক মন্তব্য

by News Desk
66 views
A+A-
Reset

ইছলামাবাদঃ অষ্ট্ৰেলিয়া-ভাৰতৰ বিতৰ্কৰ পিছতে এইবাৰ চুবুৰীয়া দেশ পাকিস্তানী ক্ৰিকেট দলৰ অধিনায়কে যুদ্ধং দেহী ভাষ্য প্ৰদান কৰিছে৷ বৰ্তমান পাকিস্তান দলৰ এদিনীয়া আৰু টি ২০ দলৰ অধিনায়ক আহমেদে জিও টিভিত এক সাক্ষাৎকাৰত কোৱা মতে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানৰ সন্মুখীন হ’বলৈ ভয় কৰে৷ পাকিস্তান দলৰ বৰ্তমানৰ উইকেট কিপাৰ ছৰফোৰজ আহমেদৰ এই মন্তব্যই খলকনি তুলিছে ছচিয়েল মিডিয়াত৷

পাকিস্তানৰ সন্মুখীন হ’বলৈ ভয় কৰে বাবেই ভাৰতীয় দলে পাকিস্তানৰ সৈতে   খেলাৰ পৰা বিৰত আছে আছে বুলি কয় ছৰফৰোজে৷ উল্লেখযোগ্য যে টি২০ বিশ্বকাপত ভাৰতে পাকিস্তানক পৰাজিত কৰিছিল৷ ভাৰত চৰকাৰে পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজত খেল অনুষ্ঠিত কৰিবলৈ পদক্ষেপ ল’ব লাগে বুলিও মন্তব্য কৰে ক্ৰিকেটাৰজনে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0